Saturday, 29 October 2011

অভিমান

আকৌ ঘূৰি নহাৰ প্ৰতিশ্রতিৰেযে...
ওলাই গৈছিলি..
তেতিয়াৰ পৰা তোলৈ মনত পৰে!
শীতৰ সেমেকা নিশাবোৰ উমাল কৰি তোলে..
তোৰ ৰিনিকি ৰিনিকি শুনা মাততোৱে..
পাহৰো বুলিলেও দেখোন পাহৰিব নোৱাৰি
তোৰ সেনেহৰ মাতষাৰ..

আকৌ কেতিয়াবা আহিবিছোন..
অভিমানবোৰ পাহৰি..
মোৰ হেৰোৱা সময়বোৰ..