এইযে ৰঙবোৰ...
Thursday, 13 February 2014
---তাই----
তাই জোনাক
ভাল পাইছিল ...
আৰু সি !
সি তাইক..
তাই তৰাৰ
প্রেমত পৰিছিল
আৰু সি !
সি তাইৰ ..
এদিন তাই
তৰা হৈছিল
দূৰ আকাশৰ ..
আৰু সি !
সি আজিকালি
জোনাক ভাল পাই ..
তাইৰ নিচিনাকৈ ..
No comments:
Post a Comment
Newer Post
Older Post
Home
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment